নগাঁও জিলাৰ জুৰীয়াৰ পূব ছটিয়ানৰ বিলৰ পাৰত মৃতদেহ উদ্ধাৰ |

নগাঁও জিলাৰ জুৰীয়াৰ পূব ছটিয়ানৰ বিলৰ পাৰত মৃতদেহ উদ্ধাৰ |

উদ্ধাৰ হোৱা মৃতদেহটো কেন্দুগুৰী অঞ্চলৰ নুৰ হুছেইনৰ বুলি জানিব পৰা গৈছে ৷
দুৰ্বৃত্ত‌ই চোকা অস্ত্ৰৰে হানিখুছী হত্যা কৰি পেলায় থৈ যায় বিলৰ পাৰত ৷

Padum Bhuyan Report-
Guwahati Times Media

Desk Editor