38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

নগাঁৱৰ বটদ্ৰৱাত পোষন পখোৱাৰ কাৰ্যসূচী ৰূপায়ণ

Assamese Newsনগাঁৱৰ বটদ্ৰৱাত পোষন পখোৱাৰ কাৰ্যসূচী ৰূপায়ণ

 

 

নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–নগাঁও জিলাৰ বটদ্ৰৱা দলংঘাট সংহত শিশু প্ৰকল্প কাৰ্যালয়ৰ প্ৰাংগণত প্ৰাক্তন অভিযন্তা বিষ্ণু বৰা উপস্থিতিত পোষণ পখোৱাৰ কাৰ্যসূচী উদযাপন কৰা হয় । অনুষ্ঠানটি পৰিচালনা কৰে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ চি দি পি অ’ ধৰিত্ৰী ৰংপিয়ে । এই পোষণ পখোৱাৰ উদযাপনৰ কাৰ্যসূচীত ভাল স্বাস্থ্যৰ ৩টা শিশুক পুৰস্কাৰ,১০টা শিশুক নিচুকনি বঁটা প্ৰদান কৰা হয়। অংগনবাড়ী কেন্দ্ৰত ভাল খাদ্য বনোৱাৰ বাবে ২৪ গৰাকীক মানপত্ৰ প্ৰদান কৰে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ধৰিত্ৰী ৰংপিয়ে । অনুষ্ঠানটিত পুস্পেন্দ্ৰ শইকীয়া,পবিত্ৰ কুমাৰ লস্কৰ,পোষণৰ বিষয়া ৰীতা মণি বৰা,মুন দাস,মুখ্য সেবিকা ৰাধিকা ৰামচিয়াৰী শইকীয়া,চম্পা মণি শইকীয়া আৰু অংগনবাড়ী কেন্দ্ৰৰ কমীসকল উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!