32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

নগাঁৱৰ বিশিষ্ট লেখিকা, অভিনেত্ৰী লিলি বৰুৱাৰ মৃত্যু ৷

Assamese Newsনগাঁৱৰ বিশিষ্ট লেখিকা, অভিনেত্ৰী লিলি বৰুৱাৰ মৃত্যু ৷

নগাঁৱৰ বিশিষ্ট লেখিকা, অভিনেত্ৰী লিলি বৰুৱাৰ মৃত্যু ৷

৮৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্তহৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে লিলি বৰুৱাৰ ৷

নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষত কমলাদেৱী টোডী বঁটাৰে সন্মানিত কৰা বিশিষ্ট লেখিকা গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে নগাঁৱত ৷

ঘৰচিৰিকাৰ বিয়া, আয়তীৰ উৰুলি আদি গ্ৰন্থৰ লেখিকা লিলি বৰুৱা হয়বৰগাঁও লাওখোৱা ৰোডৰ বাসিন্দা ৷

বিশিষ্ট ফটো সাংবাদিক উৎপল বৰুৱা আৰু ক্ৰীড়া সংগঠক উজ্বল বৰুৱাৰ মাতৃ

নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে বিশিষ্ট লেখিকা গৰাকীৰ মৃত্যু

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!