fbpx
October 17, 2021

নগাঁৱৰ বেবেজীয়াৰ বিশিষ্ট সমাজকৰ্মী বীৰ সিং হাজৰিকাৰ মৃত্যু

নগাঁৱৰ বেবেজীয়াৰ বিশিষ্ট সমাজকৰ্মী বীৰ সিং হাজৰিকাৰ মৃত্যু ।

১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ।

শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক আছিল প্ৰয়াত হাজৰিকা ।

সমগ্ৰ বেবেজীয়া অঞ্চলতে শোকৰ ছাঁ ।

নশ্বৰ দেহ লৈ ৰাইজৰ গায়ন-বায়নৰে শোভাযাত্ৰা

error: Content is protected !!
%d bloggers like this: