28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

নলবাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা; গৃহাভিমুখী হোৱাৰ পথত দুৰ্ঘটনা পতিত হৈ থিতাতে নিহত স্বামী–স্ত্ৰী

Assamese Newsনলবাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা; গৃহাভিমুখী হোৱাৰ পথত দুৰ্ঘটনা পতিত হৈ থিতাতে নিহত স্বামী–স্ত্ৰী

কৰুণ, মৰ্মান্তিক হৃদয়বিদাৰক ঘটনা ৷নিমিষতে হেৰাই গ’ল এটা পৰিয়াল ৷নলবাৰীৰ মুগকুছিত মাজনিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাৰ। নলবাৰী চহৰৰ পৰা নিজ ঘৰ বগলচৰোডলৈ অহাৰ পথত দুৰ্ঘটনা পতিত হৈ থিতাতে নিহত স্বামী–স্ত্ৰী ৷গুৰুত্বৰভাৱে আহত কণমানি ৷

79cab3e7 613e 4c81 9ac3 65cf2cc94ed2

প্ৰাপ্ত খবৰ অনুসৰি বগলচৰোড নিবাসী সঞ্জয় শৰ্মাই তেওঁৰ পত্নী আৰু শিশু পুত্ৰক লগত লৈ নিজৰ চাৰিচকীয়া এএছ০১- ৪০৫৫ নম্বৰৰ বাহন খনৰে নলবাৰীৰ পৰা বগলচৰোডস্থ নিজ বাসগৃহলৈ গৈ থকা পথত মুগকুছিত এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে ৷ফলত ঘটনাস্থলীতে নিহত হয় দুই স্বামী- স্ত্ৰী৷আৰু গুৰুত্বৰভাৱে আহত হয় দম্পতীহালৰ কণমানি পুত্ৰ ৷দুৰ্ঘটনাটোত গাড়ীখন সম্পূৰ্ণৰূপে বিধস্ত হয় ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!