নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান । – Guwahati Times

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ।

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য৷ চকীটোপৰ হাজীপাৰা অঞ্চলত অভিযান চলাইছিল নগাঁও সদৰ থানাৰ নগৰ শাখা আৰক্ষীয়ে ।নগৰ শাখাৰ উপঃপৰিদৰ্শক কুন্দন ৰবিদাসৰ নেতৃত্বত চলা এই অভিযানত AS02T 9529 নম্বৰৰ এখন দুইচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে ।

error: Content is protected !!