পঞ্চতাৰকা হোটেলতকৈ কোনোগুণে কম নহয় নতুনকৈ নিৰ্মাণ হৈ থকা বিধায়ক আৱাস
১০ গৰাকী শাসক-বিৰোধী বিধায়কক ১০টা নতুন ফ্লেট দিবলৈ সাজু অসম বিধানসভা সচিবালয়।
পঞ্চতাৰকাযুক্ত হোটেলৰ দৰে সা-সুবিধা থাকিব নতুন আৱাসৰ ‘H’ মহলাৰ জনপ্ৰতিনিধিসকলৰ
৫টাকৈ AC, 20 খনকৈ ফেন, 3টা গিজাৰ, 2টাকৈ বিলাসী TV, অত্যাধুনিক বাথৰুম