28.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

পানীৰ অভাৱ হলে শৰীৰত দেখা দিয়া ৩টা লক্ষণ

Assamese Newsপানীৰ অভাৱ হলে শৰীৰত দেখা দিয়া ৩টা লক্ষণ

শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ সমস্যা হয়।এই সমস্যা বেছিভাগ গ্ৰীষ্মকালত হয়।( Assamese Health Tips )

যদি এই বিষয়ে মানুহে সময়তে গম নাপায় যে-শৰীৰত পানীৰ অভাৱ কিয় হৈ আছে-তেনেহলে এয়া তেওঁৰ বাবে এক ডাঙৰ সমস্যা হব পাৰে।ডিহাইড্ৰেচনৰ উপৰিও ছাল আৰু পাকস্থলীও প্ৰভাৱিত হয়।কেৱল এয়াই নহয়-মানুহৰ মগজুৱেও সঠিকভাৱে কাম নকৰে।এই পৰিস্থিতিত আমি জানিব লাগে যে- পানীৰ অভাৱৰ লক্ষণবোৰ কি?

১)ঘাম বাহিৰ নোহোৱা-

গ্ৰীষ্মকাল আহি পৰিছে।এনে পৰিস্থিতিত যদি মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ নহয়,তেনেহলে এয়া এক গুৰুত্বৰ সমস্যা হব পাৰে।এইটো এনে এটা লক্ষণ যে-মানুহৰ শৰীৰত পানীৰ অভাৱ হৈছে।কিয়নো ইয়াৰ অৰ্থ হৈছে যে মানুহজনৰ শৰীৰ হাইড্ৰেট নহয়।কিয়নো এনে?লোকৰ ঘাম নোলায়।( Assamese Health Tips )

২/হৃদস্পন্দন বৃদ্ধি হোৱা=

পানীৰ অভাৱৰ বাবে মানুহৰ হৃদযন্ত্ৰ দ্ৰুতগতিত স্পন্দন কৰিবলৈ লয়।শৰীৰত পানীৰ অভাৱৰ অৰ্থ হৈছে-তেজৰ পৰিমাণ কম হোৱা।যাৰ অৰ্থ হৈছে- মানুহৰ হৃদযন্ত্ৰই অধিক পাম্প কৰিব লগা হোৱা।গতিকে যদি কোনো কাৰণ নোহোৱাকৈ মানুহৰ হৃদযন্ত্ৰ অধিক হাড়ত স্পন্দন কৰিছে-তেন্তে ইয়াৰ প্ৰতি মনোযোগ দিব লাগে।

৩/ছালতো পৰিৱৰ্তন হোৱা-

পানীৰ অভাৱৰ বাবে মানুহৰ ছালত যথেষ্ট প্ৰভাৱ পৰে।যদি মানুহে ৰ’দত নিজৰ মুখত চানষ্কীণ প্ৰয়োগ কৰে,তাৰ পাছতো ছাল শুান হৈ থাকে।তেনেহলে বুজি লওক যে-মানুহৰ শৰীৰত পানীৰ অভাৱ হৈছে।এনে পৰিস্থিতিত মানুহে অধিক পানী সেৱন কৰা উচিত।উন্নত স্বাস্থ্যৰ বাবে এদিনত কমেও ৮=৯গিলাচ পানী সেৱন কৰিব লাগে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!