পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

গুৱাহাটী মহানগৰী আৰু দাঁতিকাষৰীয়া অঞ্চলত ভূমিকম্পৰ জোকাৰণি। বিয়লি ৪.৫৩ বজাত অনুভূত হয় জোকাৰণি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৭। ভূঁইকঁপৰ অভিকেন্দ্ৰ কামৰূপ জিলাৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰত। তথ্য অনুসৰি, ভূঁইকঁপৰ জোকাৰণি ভাৰতবৰ্ষ, বাংলাদেশ আৰু ভূটানতো অনুভূত হোৱা বুলি জানিব পৰা গৈছে।

GTM Desk

Related