25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

Assamese Newsপুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

গুৱাহাটী মহানগৰী আৰু দাঁতিকাষৰীয়া অঞ্চলত ভূমিকম্পৰ জোকাৰণি। বিয়লি ৪.৫৩ বজাত অনুভূত হয় জোকাৰণি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৭। ভূঁইকঁপৰ অভিকেন্দ্ৰ কামৰূপ জিলাৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰত। তথ্য অনুসৰি, ভূঁইকঁপৰ জোকাৰণি ভাৰতবৰ্ষ, বাংলাদেশ আৰু ভূটানতো অনুভূত হোৱা বুলি জানিব পৰা গৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!