26 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

পুলিচৰ ভয়ত ডেৰ ঘন্টা ধৰি পানীৰ মাজতে লুকাই থাকিল চোৰ…

Assamese Newsপুলিচৰ ভয়ত ডেৰ ঘন্টা ধৰি পানীৰ মাজতে লুকাই থাকিল চোৰ...

চোৰে বিভিন্ন সময়ত চুৰ কৰিবলৈ বিভিন্ন পন্থা হাতত লয় । যিবোৰে কাণ্ডই হততে ৰাইজক হাঁহিৰ উপৰিও চিন্তা খোৰাক জোগাই । কেতিয়াবা যদি চোৰে চুৰি কৰি ৰান্ধি বাঢি খাই যোৱা খবৰ আহে, কেতিয়াবা আকৌ বাহন চুৰ কৰি গৃহস্থলৈ বুলি লিখি থৈ যায় এখন চিঠি । য’ত লিখা থাকে তিনি দিনৰ ভিতৰত ঘূৰাই পাব গাড়ী ।

পিছে এইবাৰ আকৌ চোৰে নিজক বচাবলৈ যি ঘটনা ঘটাইছে কাণ্ড দেখি সকলোৰে হতবাক হৈছে । আৰক্ষীৰ পৰা বাচিবলৈ চুৰে ডেৰ ঘন্টা জুৰি লুকাই থাকিল মেটেকাৰ মাজত ।

এই ঘটনা সংঘটিত হৈছে নগাঁৱত । জিলাখনৰ মৰিকলং বাছ ষ্টেণ্ডৰ পিছফালে থকা এটা মেটেকা ভৰ্তি পুখুৰীত জপিয়াই দিয়ে । আৰক্ষীৰ জিম্মাৰ পৰা শনিবাৰে পুৱা পলায়ন কৰিছিল ফিৰোজ খান নামৰ অভিযুক্তজনে ।

শুকুৰবাৰে নিশা নগাঁৱৰ বৰবজাৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিছিল অভিযুক্ত চোৰটোক । শনিবাৰৰ দিনটোতে পুখুৰীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!