প্ৰতিদিনে হোৰা- হুৰে বাঢ়িছে পেট্ৰল ডিজেল মূল্য।

প্ৰতিদিনে হোৰা- হুৰে বাঢ়িছে পেট্ৰল ডিজেল মূল্য।

বিগ ব্ৰেকিং নিউজ

প্ৰতিদিনে হোৰা- হুৰে বাঢ়িছে পেট্ৰল ডিজেল মূল্য।

প্ৰতিদিনৰ দৰেই আজিও গুৱাহাটীত ১১ পইচাকৈ বাঢ়িল প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য।

আজি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮৪.৭৭ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৭.২৪ টকা হয়গৈ।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ