23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত…..

Assamese Newsপ্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত.....

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত। ট্ৰানজিত ৰিমাণ্ডৰ পিছত পুনৰ চিআইডিৰ জিম্মাত। নিশাই গুৱাহাটীলৈ অনা হ’ল প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক। তিনিদিনৰ বাবে CIDৰ জিম্মাত থাকিব তিনি অভিযুক্ত।

উল্লেখযোগ্য যে প্ৰণৱ দত্ত, প্ৰসন্ন দাসক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শুকুৰবাৰে আত্মসমৰ্পণ কৰিছিল কুমুদ ৰাজখোৱাই। ইতিমধ্যে অভিযুক্ত প্ৰণৱ দত্ত আৰু কুমুদ ৰাজখোৱাক নিলম্বন কৰা হৈছে। লখিমপুৰ জিলা স্কুলসমূহৰ পৰিদৰ্শকে দুয়োগৰাকী অভিযুক্তক নিলম্বন কৰে।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!