পৰ্যটকসকলৰ বাবে সুখবৰ ! ১০ মে’ পৰ্যন্ত বাহাল থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী …

পৰ্যটকসকলৰ বাবে সুখবৰ ! ১০ মে’ পৰ্যন্ত বাহাল থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী …

পৰ্যটকসকলৰ বাবে সুখবৰ ! ১০ মে’ পৰ্যন্ত বাহাল থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী। এক নিৰ্দেশনা যোগে এই কথা সদৰী কৰিলে উদ্যান কৰ্তৃপক্ষই।

শেহতীয়াকৈ ৩০ এপ্ৰিলত হাতী চাফাৰী বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। পৰ্যটকৰ সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কৰ্তৃপক্ষৰ। কিয়নো এপ্ৰিল মাহত এতিয়ালৈ যথেষ্টসংখ্যক পৰ্যটক আহিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

GTM Desk

Related