বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনা

বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনা

বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ বাছ দুৰ্ঘটনা।

দেওবাৰে সংঘটিত পথ দুৰ্ঘটনাত আহত কেইবাজনো যাত্ৰী ।

মুষলধাৰ বৰষুণৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দিভাইডাৰত উঠিল বাছ।

আহত সকলক পাঠশালাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি।

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল যাত্ৰী ভৰ্তি বাছখন।

GTM Desk