34 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

বাস্তু শাস্ত্ৰ অনুসাৰে ঘৰত এইসমূহ থাকিলে মা লক্ষ্মী প্ৰসন্ন হয়

Assamese Newsবাস্তু শাস্ত্ৰ অনুসাৰে ঘৰত এইসমূহ থাকিলে মা লক্ষ্মী প্ৰসন্ন হয়

বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত থকা বাস্তু দোষৰ বাবে-ব্যক্তিৰ উন্নতিৰ পথত বাধা অহাৰ লগতে-আৰ্থিক সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়। ( Assamese Fact )

প্ৰতিজন লোকে এয়া বিচাৰে যে-তেওঁ বহুত ধনী হয়,আৰু যেন তেওঁৰ কোনো অভাৱ নহয়।এই সপোনক পূৰ্ণ কৰিবলে-ব্যক্তিয়ে বহু কষ্ট কৰে।এটি সুন্দৰ জীৱন অতিবাহিত কৰিবলৈ পইচা এনেদৰে ৰাহি কৰে যে-নিজৰ শৰীৰটোলৈ নাচায়।প্ৰতিজন ব্যক্তিয়ে এই কাৰ্য্যত সফল নহয়।বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত বাস্তু দোষ হোৱাৰ বাবেও ধনৰ হানি হোৱাৰ সন্মুখীন হবলগীয়া হয়।এইবাবে-ব্যক্তিয়ে যাতে-যিমানে কষ্ট নকৰক কিয়-তেওঁ সফলতা আৰু ধন লাভ কৰিব নোঁৱাৰে।এইবাবে বাস্তু শাস্ত্ৰই কিছু বস্তু ৰখাৰ কথা কৈছে।

বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত এইসমূহ থাকিলে মা লক্ষ্মী প্ৰসন্ন হয়।

বাস্তু শাস্ত্ৰ অনুসাৰে-মুখ্য দুৱাৰৰ দুয়োফালে শ্ৰী গণেশৰ ফটো লগাব লাগে।মূৰ্তিও ৰাখিব পাৰে।এনে কৰিলে ঘৰৰ বাস্তু দোষ কম হয়।যাৰ দ্ধাৰা সুখ-সমৃদ্ধি আহে।

তুলসী-

বাস্তু শাস্ত্ৰ অনুসাৰে-তুলসী-ধন আৰু সমৃদ্ধিৰ প্ৰতীক হয়।সেইবাবে-তুলসী ঘৰত ঈশান কোণত লগাব লাগে।এয়া শুভ মনা হয়!ইয়াৰ দ্ধাৰা ঘৰত সকাৰত্মক ওৰ্জা বৃদ্ধি হয়।আৰু ঘৰলৈ ধনৰ আগমন হয়। ( Assamese Fact )

কুবেৰ য়ন্ত্ৰ-

ভগৱান কুবেৰক ধন আৰু সমৃদ্ধিৰ দেৱতা মনা হয়।বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰৰ,উত্তৰ-ঈশান কোণৰ স্বামী ভগৱান কুবেৰ হয়।সেইবাবে-এই দিশত শৌচালয়,জোতা ৰখাৰ ৰেগ,বা গধূৰ আচ-বাবৰ দৰে বস্তু ৰাখিব নালাগে।ইয়াৰ দ্ধাৰা নকাৰত্মক ওৰ্জা বৃদ্ধি হয়।সমৃদ্ধিৰ বাবে উত্তৰ দিশৰ বেৰত কুবেৰ য়ন্ত্ৰ লগাব লাগে।

আলমাৰি-

বাস্তু অনুসাৰে-ঘৰৰ দক্ষিণ-পশ্চিম কোণত,পইচাৰ বাহিৰে সকলো মূল্যৱান বস্তু আৰু মহত্বপূৰ্ণ দস্তাবেজ ৰাখিব লাগে।ইয়াৰ লগতে ঘৰ বা অফিচত আলমাৰিক এনে ধৰণে ৰাখিব লাগে যে-আলমাৰিৰ দুৱাৰ উত্তৰ বা উত্তৰ পূৱ দিশৰ ফালে খুল খায়।এনে কৰিলে ধনৰ অভাৱৰ সন্মুখীন হবলগীয়া নহয়।

সদায়ে ঘৰৰ মন্দিৰত জ্বলাব লাগে বন্তি-

বাস্তু শাস্ত্ৰ অনুসাৰে-সদায়ে ঘৰৰ মন্দিৰত পুৱা-গধূলী চাকি জ্বলাব লাগে।এনে কৰিলে ঘৰৰ বাতাবৰণ শুদ্ধ হয়।ঘৰৰ গোসাঁই ঘৰত দেৱী লক্ষ্মীৰ মূৰ্তি বা ফটো ৰাখিব লাগে।ইয়াৰ দ্ধাৰ ঘৰৰ আৰ্থিক স্থিতি শক্তিশালী হব।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!