বিশ্বকাপ ফাইনেলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদীৰ লগতে দুই বিশেষ অতিথি

বিশ্বকাপ ফাইনেলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদীৰ লগতে দুই বিশেষ অতিথি

ক্ৰিকেট বিশ্বকাপ ফাইনেলত সম্ভৱতঃ মুখ্য অতিথি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহু তাৰকাই এই দিনটোত খেল উপভোগ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে ভাৰতৰ দুই প্ৰাক্তন বিশ্বকাপ জয়ী অধিনায়ক কপিল দেৱ আৰু এম এছ ধোনীও উপস্থিত থাকিব পাৰে। ফাইনেলৰ দিনা এক বিশেষ এয়াৰ শ্ব’ হ’ব। বিশ্বকাপৰ আৰম্ভণিতে হাৰ্দিক পাণ্ডিয়া আঘাতৰ বাবে আঁতৰি যাবলগীয়া হৈছে। কিন্তু দলৰ খেল চাবলৈ ছেমি ফাইনেলত উপস্থিত আছিল তেওঁ। ধাৰণা কৰা হৈছে তেওঁ উপস্থিত থাকিব পাৰে বিশ্বকাপৰ ফাইনেলত।

GTM Desk

Related