25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

বিহু – সংস্কৃতিৰে বিশেষ পৰিচয় বহন কৰা নাজিৰাৰ এটি বিশেষ পৰিয়াল।

Assamese Newsবিহু - সংস্কৃতিৰে বিশেষ পৰিচয় বহন কৰা নাজিৰাৰ এটি বিশেষ পৰিয়াল।

ঐতিৰ্যমণ্ডিত গড়গাওঁ মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০বিদ্যানন্দ বৰকাকতী আৰু একেখন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ৰিমঝিম বৰা *। সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ সমান্তৰালকৈ চিনাকী কৰাই দিয়াৰ এক বিশেষ প্ৰয়াস পিতৃ-মাতৃৰ ।
পতি-পত্নী দুয়োগৰাকী অধ্যাপক-অধ্যাপিকা হোৱাৰ সমান্তৰালকৈ কন্যা আই ভি প্ৰিয়া বৰকাকতী আৰু পুত্ৰ সন্তান অৰিয়ন প্ৰিয়ম বৰকাকতীক প্ৰদান কৰি আহিছে ঢোল,পেঁপা, বাঁহী আদিকে ধৰি বহুবিধ বাদ্য-যন্ত্ৰ বজোৱাৰ প্ৰশিক্ষণ ।
যান্ত্ৰিকতাৰ যোগত নাজিৰাৰ এই পৰিয়ালটোৱে বিহুক পৰিয়ালৰ লগতে সমাজত চিনাকী কৰাই দিয়াৰ প্ৰচেষ্টা সঁচাকৈ আদৰণীয় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!