fbpx
October 18, 2021

বৰপেটা জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান হাউলীত NDRF বাহিনীৰ দলে গছপুলি ৰোপন কৰে।

আজি বৰপেটা জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান হাউলীত NDRF বাহিনীৰ দলে গছপুলি ৰোপন কৰে।

বৰ্তমান সময়ত গছ গছনিৰ প্ৰয়োজনীয়তাৰ ওপৰত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঙৰীয়াই কয় যে বর্তমান সময়ত আমি ইমান প্রচণ্ড গৰমৰ মাজত আবদ্ব হোৱাৰ মূল কাৰণ হল পর্যাপ্ত পৰিমাণৰ গছ গছনিৰ অভাব ।

ভবিষ্যতে আমি ইমান গৰমক বাধা দিয়াৰ বাবে আমাৰ মূলমন্ত্র হিচাপে গছ পুলি ৰোপণ কৰিব লাগিব, নহলে প্রত্যেক বছৰেই ১-২ ডিগ্ৰীকৈ গৰম বৃদ্বি হৈয়ে থাকিব আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ ছালৰ বেমাৰ হব, সেয়ে আজি NDRF বাহিনীয়ে ভবিষ্যতে গৰমক বাধা দিয়াৰ লগতে পৃথিবীখন সেউজীয়া কৰি ৰাখিবলৈ গছ পুলি ৰোপনৰ যি ব্যবস্থা কৰিছে তাৰ বাবে তেওলোকক বহুত বহুত ধন্যবাদ জনায় ।

সংবাদদাতা ছফিকুল ইছলাম

error: Content is protected !!
%d bloggers like this: