ভাৰতৰ জেভলিন থ্ৰ’ খেলুৱৈ নীৰোজ চোপ্ৰাৰ ২০২৩ বৰ্ষৰ LausanneDiamondLeague-ৰ খিতাপ অৰ্জন।

খেলুৱৈগৰাকীয়ে ৮৭.৬৬ মিটাৰ দূৰত্বলৈ জেভিলন থ্ৰ’ কৰি এই বিজয় সাব্যস্ত কৰে।