ঐতিহাসিক দীঘলীপুখুৰী ১৫ বছৰৰ বাবে গতালে গুজৰাটী বনিয়াক। পূৰ্বে দীঘলীপুখুৰী চোৱাচিতা কৰিছিল এজন অসমীয়া যুৱকে। এতিয়াৰে পৰা সকলো চোৱাচিতা কৰিব গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানটোৱে। Share this:FacebookTwitterWhatsAppMoreEmailLinkedInTelegram 2023-07-01