ভূটানৰ পৰা নামি অহা পানীয়ে খহাই নিলে ঘাগ্ৰা আৰু কোৰামোৰ সংযোগী ভোল্লা নদীৰ দলংৰ এফাল ৷ কাণ-ষাৰ নাই প্ৰশাসনৰ ৷
ওদালগুৰিৰ পৰা কেমেৰা সহযোগী নৱজ্যোতি শৰ্মাৰ সহযোগত মিৰাজুল হোছেইনৰ ৰিপোৰ্ট ৷
গুৱাহাটী টাইমচ
ওদালগুৰিৰ পৰা কেমেৰা সহযোগী নৱজ্যোতি শৰ্মাৰ সহযোগত মিৰাজুল হোছেইনৰ ৰিপোৰ্ট ৷