25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

মহানগৰীৰ চান্দমাৰিত জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদৰ অভিনৱ প্ৰতিবাদ

Assamese Newsমহানগৰীৰ চান্দমাৰিত জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদৰ অভিনৱ প্ৰতিবাদ

চলিতবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখনকৈ কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডক লৈ শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি মহানগৰীত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক অভিনৱ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱা শিক্ষা বিভাগৰ বিৰুদ্ধে শ্মশান যাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মী সকলে ।

শিক্ষা বিভাগক প্ৰতিকী সাঙীত উঠাই লৈ বিভিন্ন শ্ল’গান দি নৱগ্ৰহ শ্মশানলৈ নিয়ে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!