24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

মহানগৰীৰ তেতেলীয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড!

Assamese Newsমহানগৰীৰ তেতেলীয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড!

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । তেতেলীয়াৰ পৰা দুই শিশু অপহৰণ কৰে অচিনাক্ত দুৰ্বৃত্তই অপহৰণ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা ঘৰৰ চোতালত খেলি থকা সময়তে শিশু দুটিক অপহৰণকাৰীয়ে লৈ উধাও হয় ৷

এখন মাৰুতি ৱাগেনাৰ গাড়ীত আহিছিল অপহৰণকাৰী ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৃত শিশু দুটিৰ নাম বিবেক কুমাৰ(৯) আৰু অজিত কুমাৰ(৪)। শিশু দুটিৰ পিতৃৰ নাম মদন ৰয় ৷ ইতিমধ্যে মহানগৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

অপহৃত শিশু দুটিৰ পিতৃয়ে আৰক্ষীক দিয়া এজাহাৰত ৰাহুল আৰু চাজন নামৰ বিহাৰৰ দুই ব্যক্তিৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!