মহানগৰীৰ যোৰাবাটৰ ১০ মাইলত হঠাৎ দাও-দাওকৈ জ্বলি উঠিল চাহপাত ভৰ্ত্তি ট্ৰাক এখন।

মহানগৰীৰ যোৰাবাটৰ ১০ মাইলত হঠাৎ দাও-দাওকৈ জ্বলি উঠিল চাহপাত ভৰ্ত্তি ট্ৰাক এখন।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

মহানগৰীৰ যোৰাবাটৰ ১০ মাইলত হঠাৎ দাও-দাওকৈ জ্বলি উঠিল চাহপাত ভৰ্ত্তি ট্ৰাক এখন।

আমিনগাৱঁৰ পৰা নগাঁও অভিমুখে গৈ আছিল চাহপাত ভৰ্ত্তি ট্ৰাকখন ।

লগে লগে ট্ৰাকখনৰ কেবিন জুইত জ্বলি যায়।

খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত যোৰাবাট আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় যদিও যথেষ্ট পৰিমাণে ট্ৰাকখন জ্বলি যায়।

ট্ৰাকখনৰ যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।