28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

মহানগৰীৰ ৰাজপথত কেজৰিৱালৰ সমৰ্থনত প্ৰতিবাদ…

Assamese Newsমহানগৰীৰ ৰাজপথত কেজৰিৱালৰ সমৰ্থনত প্ৰতিবাদ...

দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ জাননী প্ৰেৰণ কৰিছিল । সুৰানীতি কেলেংকাৰী সন্দৰ্ভত আপৰ নেতগৰাকীক সোধ পোছৰ বাবে উপস্থিত হ’বৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

আপৰ নেতাগৰাকীক চি বিআয়ে তলব কৰাকলৈ ক্ষোভিত হৈছে দলটোৰ নেতা, কৰ্মী ৷ এই লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আপৰ সদস্যসকলে ৷

দেশৰ অন্য ঠাইৰ লগতে গুৱাহাটীতো ৰাইজে আজি অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত আৰু প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি চচলৰ ধৰ্ণাস্থলীলৈ লৈ যায় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!