26.1 C
Assam
Friday, August 19, 2022

Featured News

মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।

Top Newsমাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।

?নগাঁৱৰ কুখ্যাত ড্ৰাগচ মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।
?নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে ম’হখুলিত কৰায়ত্ত কৰে কুখ্যাত ড্ৰাগচ মাফিয়াটৌক ।
?নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ২৪৩/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ ।
?দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল লোকমান আলি ।
?নগাঁও চহৰৰ থানাৰোডত অবৈধ ড্ৰাগচ এজেন্সিৰে লোকমান আলিয়ে চলাই আহিছিল ৰমৰমীয়া ব্যৱসায় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: