মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।

1 min read

?নগাঁৱৰ কুখ্যাত ড্ৰাগচ মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।
?নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে ম’হখুলিত কৰায়ত্ত কৰে কুখ্যাত ড্ৰাগচ মাফিয়াটৌক ।
?নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ২৪৩/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ ।
?দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল লোকমান আলি ।
?নগাঁও চহৰৰ থানাৰোডত অবৈধ ড্ৰাগচ এজেন্সিৰে লোকমান আলিয়ে চলাই আহিছিল ৰমৰমীয়া ব্যৱসায় ।

You May Also Like

More From Author