41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

মা লক্ষ্মীদেৱীক স্থায়ীভাৱে ঘৰত ৰখাৰ উপায়

Assamese Newsমা লক্ষ্মীদেৱীক স্থায়ীভাৱে ঘৰত ৰখাৰ উপায়

পাঁচবিধ গছ বা ফুল যদি ঘৰত থাকে, তেতিয়া মা লক্ষ্মী অতি প্ৰসন্ন হয়। মা লক্ষ্মী অতিকে চঞ্চল। তেওঁ এখন ঘৰত দীৰ্ঘ দিন ধৰি স্থায়ী ভাৱে নাথাকে। কিন্তু মা লক্ষ্মীৰ কৃপা দৃষ্টি পাবৰ বাবে, এনে কাম আৰু নিয়ম নিয়ম নীতি পালন কৰা হয়।( Religious Studies )

মা লক্ষ্মীক প্ৰসন্ন কৰাৰ বাবে পূজা অৰ্চনা কৰি থকা যায় যদি এনে গছ বা ফুল ঘৰত থাকিলে, তেতিয়া মা লক্ষ্মী খুবেই প্ৰসন্ন হয়। এই গছ বা ফুল ঘৰত থকাটো অত্যন্ত শুভ বুলি মনা হয়। ইয়াৰ দ্বাৰা ঘৰলৈ সমৃদ্ধিৰ আগমন ঘটে।

তাৰে ভিতৰত প্ৰথম হৈছে, ৰঙা পদুম। এই ৰঙা পদুম ঘৰত থাকিলে মা লক্ষ্মী খুবেই প্ৰসন্ন হয়। কাৰণ এই ৰঙা পদুম মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে এই ৰঙা পদুম যদি ঘৰত কোনো সুবিধা থাকে বা কোনো পুখুৰী আদি থাকে, তাত যদি ৰাখিব পাৰে, তেতিয়া মা লক্ষ্মী খুবেই প্ৰসন্ন হয়। ( Religious Studies )

২/ধান গছ।

মা লক্ষ্মী হৈছে, ধন ঐশ্বৰ্য্যৰ দেৱী। গতিকে খেতিৰ মাটি নাথাকিলেও ঘৰত হলেও এজোপা ধানৰ গছ লগোৱা উচিত। আৰু এই ধান পকিলে, তাকে কাটি আনি ৰাখিলে মা লক্ষ্মী অত্যন্ত প্ৰসন্ন হয়। আৰু লগতে ঘৰখনলৈ সমৃদ্ধিৰ আগমন ঘটে।

৩/নাৰিকল গছ।

কোনো পূজাতে ঘটিত নাৰিকল নোহোৱাকৈ কোনো পূজা নহয় আৰু মা লক্ষ্মীয়ে এই নাৰিকল বহুতে পচন্দ কৰে।

৪/তামোল গছ।

এই তামোল গছ ঘৰত থকা মানে, ঘৰলৈ অৰ্থৰ আগমন ঘটি থাকে। আৰু মা লক্ষ্মী খুবেই প্ৰসন্ন হয়।

৫/মণি প্লেন্ট।

এই গছ যদি ঘৰত ৰখা হয়, তেন্তে ঘৰলৈ অৰ্থনৈতিক সম্বন্ধৰ আগমন ঘটে।।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!