মুখ্যমন্ত্ৰীৰ ঘোষণা : ১৪ এপ্ৰিলত নহয় ৱৰ্ল্ড ৰেকৰ্ড…

মুখ্যমন্ত্ৰীৰ ঘোষণা : ১৪ এপ্ৰিলত নহয় ৱৰ্ল্ড ৰেকৰ্ড…

ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীৰ সংবাদমেল

•‘গীনিজ বকু অব ৰেকৰ্ডৰ অনুষ্ঠান ১৪ এপ্রিলত নহয়’

•১৩ এপ্রিলত হ’ব এই অনুষ্ঠান

•১৪ এপ্রিলতো অনুষ্ঠিত হ’ব এই অনুষ্ঠান, পিছে ৰেৰ্কডৰ বাবে নহয়

•সন্ধিয়া ৫.৩০ৰ পৰা ৬.৩০ বজাৰ ভিতৰত বিহু নাচৰ অনুষ্ঠান

•১৩ এপ্রিলত সকলো ৰাইজক সৰুসজাইলৈ নিমন্ত্রণ ৰাজ্য চৰকাৰৰ

•পৰহিলৈ প্রধানমন্ত্রীৰ উপস্থিতিত প্রমাণ পত্র লাভ কৰিব

•বিহুৱা-বিহুৱতীসকলক ২৫ হাজাৰকৈ টকা দিব চৰকাৰে

GTM Desk

Related