24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

মেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !

Assamese Newsমেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !

পুনৰ মহানগৰীত এগৰাকী কিশোৰীৰৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। মহানগৰীৰ ৰামকৃষ্ণ মিছন ৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ।

মৃত্যুক সাৱটি লোৱা কিশোৰীগৰাকীৰ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল। সন্মুখত আছিল মেট্ৰিক পৰীক্ষা। পৰীক্ষাৰ পূৰ্বেই সংঘটিত হোৱা এই ঘটনাই বিশেষ তাৎপৰ্যবহন কৰিছে।

ইফালে পৰিয়ালে লোকে কিশোৰীগৰাকীৰ মৃতদেহ আৰক্ষীক খবৰ নিদিয়াকৈয়ে জি এম চি এইছলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। জি এম চি এইছত চিকিৎসকে কিশোৰীগৰাকীক মৃত বুলি ঘোষণা কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞই যুটীয়া ভাৱে আৰম্ভ কৰিছে এই তদন্ত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!