fbpx
October 16, 2021

মোক আৰক্ষীয়ে বেয়াকৈ পিটিছে : অৰ্নৱ

অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰৰ সময়ত আৰক্ষীয়ে মাৰপিট কৰিছিল । সেই কথা চিঞৰি চিঞৰি সংবাদ মাধ্যমক জনালে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীয়ে । পুলিছৰ ভেনৰ পৰাই চিঞৰি চিঞৰি অৰ্নৱে ক’লে মোক আৰক্ষীয়ে পিটিছে । অৱশ্যে অধিক কথা কোৱাৰ সুযোগ নাপালে সাংবাদিক গৰাকীয়ে । তাৰ পিছতে তেওক লৈ আতৰি গৈছিল মুম্বাই আৰক্ষীৰ বাহন খন ।

 


ইফালে শিবসেনাৰ নেতা সঞ্জয় ৰাউতে অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । তেও কয় – মহাৰাষ্ট্ৰই আইন মানি চলে । যদি কাৰোবাৰ বিৰুদ্ধে তথ্য প্ৰমান আছে তেনে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব । প্ৰতিশোধমূলক ভাবে তেওঁ অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ খণ্ডন কৰে ।

error: Content is protected !!
%d bloggers like this: