মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু…

মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু…
  • ধিঙৰ পানবাৰীত মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু
  • ১২০ ফুট ওখ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ
  • এয়াৰটেল কম্পেনীৰ টাৱাৰৰ পৰা পৰি মৃত্যু যুৱকৰ
  • মৃত যুৱকজনৰ নাম বিতু হাজৰিকা
  • বিতু হাজৰিকাৰ ঘৰ নগাঁৱৰ পলাশনীত

GTM Desk

Related