হাত দাঙিয়েই আছে…লাট মণ্ডলৰ বাবে ঘোচ লৈ হাত দাঙিলে কম্পিউটাৰ দোকানৰ মালিক নয়ন বৰ্মনে। টিহুত লাট মণ্ডল দেৱাশিস বৰ্মনৰ বাবে উৎকোচ লোৱাৰ অভিযোগ।