fbpx
October 21, 2021

শিল্পী আৰতি বৰুৱাৰ মৃত্যু ।

৭২ বছৰ বয়সত নগাঁৱৰ নিজা বাসগৃহত দেওবাৰে সন্ধিয়া মৃত্যু হয় সমাজ সেৱিকা গৰাকীৰ ।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰতি বৰুৱা ।

আৰতি বৰুৱা প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱাৰ পত্নী ।

নগাঁৱত শোকৰ ছাঁ ।

error: Content is protected !!
%d bloggers like this: