শিল্পী আৰতি বৰুৱাৰ মৃত্যু ।

0 min read

৭২ বছৰ বয়সত নগাঁৱৰ নিজা বাসগৃহত দেওবাৰে সন্ধিয়া মৃত্যু হয় সমাজ সেৱিকা গৰাকীৰ ।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰতি বৰুৱা ।

আৰতি বৰুৱা প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱাৰ পত্নী ।

নগাঁৱত শোকৰ ছাঁ ।

You May Also Like

More From Author