সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি নগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷
অসম চৰকাৰে অসমীয়া মাধ্যম, বড়ো মাধ্যমকে ধৰি মাতৃভাষা মাধ্যমক নিঃশেষ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত নগাঁও ৰাজপথত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ।
শতাধিক আছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লো গানেৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তুলে ।