‘সমষ্টি পুনঃনিৰ্ধাৰণে ৰক্ষা কৰিব নোৱাৰে খিলঞ্জীয়াক। ‘ই এক সাময়িক বিষয়। মুখ্যমন্ত্ৰীৰ বক্তব্য অনুমানভিত্তিক। জাতি ৰক্ষাৰ একমাত্ৰ উপায় আসন সংৰক্ষণ।’ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া।