হত্যা বা চৰমপন্থা নহয়, দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ: CBI

হত্যা বা চৰমপন্থা নহয়, দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ: CBI

দূৰ্ঘটনাত মৃত্যু হৈছিল অসম আৰক্ষীৰ সাহসী SI জোনমণি ৰাভাৰ। হত্যা অথবা চৰমপন্থাৰ কথা নস্যাৎ তদন্তকাৰী CBIৰ দলৰ। CBIয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাতে মৃত্যু হৈছিল।

উল্লেখ্য যে উল্লেখ্য যে অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ (SI Junmoni Rabha) ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ৰহস্যজনক পথ দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ প্ৰথমে কৰিছিল CID, পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব দিছিল CBIক।

প্ৰায় ৭ মাহজোৰা তদন্তৰ অন্ত আজি CBIএ দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন। জোনমণি ৰাভাৰ মৃত্যু পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।

GTM Desk

Related