22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

হ’ব নেকি ভূগোলৰ পৰীক্ষাও বাতিল ?

Assamese Newsহ'ব নেকি ভূগোলৰ পৰীক্ষাও বাতিল ?
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখন প্ৰশ্নকাকত ফাদিলে এতিয়া চিন্তিত কৰি তুলিছে শিক্ষাৰ্থীসকলক
  • এইবাৰ ফাদিল হৈছে ভূগোল বিষয়ক পৰীক্ষাৰ প্ৰশ্নকাকত
  • উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ পৰীক্ষা
  • ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল মেট্ৰিকত
  • সেয়ে এতিয়া ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এই বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ সম্ভাৱনাই দেখা দিছে
  • অৱশ্যে এতিয়ালৈকে ছেবাই আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!