fbpx
October 27, 2021

হেমলট নাথাকিলে, নাপাব পেট্ৰ’ল- ডিজেল

কলিকতা আৰক্ষীয়ে হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক পেট্ৰ’ল পাম্পত পেট্ৰ’ল নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। ‘হেলমেট নহ’লে, পেট্ৰ’লো নাই’ ব্যৱস্থা দ্বিতীয়বাৰলৈ বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে এগৰাকী পৰিবহন বিষয়াই ।এই নিয়ম ৮ ডিচেম্বৰৰ পৰা বলবৎ হ’ব আৰু আগন্তুক ৬০ দিনলৈ জাৰি থাকিব। ইতিমধ্যে আৰক্ষীয়েও জাৰি কৰিছে এক নিৰ্দেশনা।

error: Content is protected !!
%d bloggers like this: