fbpx
October 27, 2021

২৭ লাখ টকাৰ চোৰাং সোন জব্দ

  • নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰত চোৰাং সোন জব্দ
  • এগৰাকী যাত্ৰীৰ পৰা জব্দ চোৰাং সোন খিনি ।
  • চকলেটৰ বাকচত চোৰাং ভাবে লৈ আহিছিল সোন ।
  • জব্দ কৰা সোনৰ ওজন হৈছে ৫৩১.২০ গ্ৰাম
  • সোন খিনিৰ আনুমানিক মুল্য ২৭,৬২,২৪০ টকা
  • সোন কঢ়িয়াই অনা যাত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
error: Content is protected !!
%d bloggers like this: