32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

ৰঙিয়াত মর্মান্তিক দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা

Assamese Newsৰঙিয়াত মর্মান্তিক দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা

ৰঙিয়াৰ ভাতকুছিত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন।

দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা।

নিহত শিৱপ্ৰসাদ বৰুৱা আৰু চন্দ্ৰমা বৰুৱা।

নিহত চন্দ্ৰমা বৰুৱা আছিল নৱ-বিবাহিতা।

আহত এটি শিশুসহ চাৰিগৰাকী লোক।

মঙলদৈৰ পৰা বৰপেটালৈ যোৱাৰ পথত দুৰ্ঘটনা।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!