ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! হ’ব ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা! ১৬খন জিলাত জাৰি Yellow Alert!
শনিবাৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বৰষুণ হৈছিল। কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ ভিন্নপ্ৰান্তত বতৰ বিজ্ঞান বিভাগে কেইবাখনো জিলাত Orange Alert আৰু Orange Alert জাৰি কৰিছে।
দেওবাৰে বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ ১৬খন জিলাত জাৰি কৰিছে Yellow Alert।
ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, চৰাইদেউ, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কাচাৰ, হাইলাকান্দি, ডিমা হাচাও, হাইলাকান্দি, শ্ৰীভূমি জিলাত আজি বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।
সোমবাৰে ৰাজ্যৰ দুখনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। লখিমপুৰ আৰু ধেমাজি জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।
তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, আৰু ডিমা হাচাও জিলাত সোমবাৰে Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
বতৰ বিজ্ঞান বিভাগে Yellow Alert আৰু Orange Alert জাৰি কৰা ধাৰাসাৰ বৰষুণ আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে।