ৰোজা ৰাখি গুচি গ’ল উদীয়মান সংবাদকর্মী মাইনা দা !

ৰোজা ৰাখি গুচি গ’ল উদীয়মান সংবাদকর্মী মাইনা দা !

মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা। চিটী বাছে মহতিয়াই নিলে এজন সংবাদকৰ্মীক। স্কুটীৰে আহি থকাৰ সময়তে চিটি বাছৰ খুন্দাত থিতায়ে নিহত হয় সংবাদকৰ্মীজন। নিহত সংবাদকৰ্মীজনৰ নাম মুস্তাক আলম। গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম।

বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ স্কুটীৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাত নিহত হয় মুস্তাক আলম। বেলতলাৰ পৰা দিছপুৰ অভিমুখী চিটী বাছে মহতিয়াই নিয়ে সংবাদকৰ্মীজনক। যাৰ ফলত থিতাতে মৃত্যু হয় তেওঁৰ।

WATCH VIDEO

GTM Desk

Related