ৰোলবল বিশ্বকাপৰ বাবে ভাৰতীয় দলত নির্বাচিত অসম কন্যা আলিছা ফাৰহান
এটা ভাল খবৰ।
ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ জীয়ৰী।
ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে যোৰহাটৰ আলিছা ফাৰহানে।
২৬ এপ্ৰিলৰ পৰা পুনেত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত তালিকাভুক্ত হৈছে অসমৰ আন এগৰাকী খেলুৱৈ অনুৰাগ বাছফৰো।

