অজন্তাই কংগ্রেছক বিশ্বাসঘাতকতা কৰিছেঃ ৰিপুন বৰা
- অজন্তা নেওগৰ বিজেপি গমনৰ প্রসংগত ৰিপুন বৰাৰ মন্তব্য।
- মুখ খুলিলে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে।
- ‘১০ গৰাকী অজন্তা নেওগ গ’লেও ক্ষতি নহয়’।
- ‘অজন্তা নেওগক দলে বহুত দিছে’।
- ‘অজন্তাই স্বামীৰ আদৰ্শক বিসৰ্জন দিছে’।
- ‘অজন্তাই কংগ্রেছক বিশ্বাসঘাতকতা কৰিছে’।