Advertisement

অভিনেতা, নাট্যকৰ্মী ৰিজু দত্তৰ দেহাৱসান

অভিনেতা, নাট্যকৰ্মী ৰিজু দত্তৰ দেহাৱসান

উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গুড হেল্থ হস্পিতালত চিকিৎসাধীন আছিল অভিনেতা জন

এসময়ৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা তথা নাট্যকৰ্মী আছিল দত্ত

Shahnawaz Hamza

Related