অসমত আকৌ ৩৬জন কোভিড পজিটিভ, সুস্থ হৈছে ৬৭জন

0 min read
  • ৰাজ্যত আকৌ ৩৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ১০জন কামৰূপ মেট্ৰ’ৰ।
  • এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৩৪০জনলৈ পাইছে বৃদ্ধি।
  • দেওবাৰে অসমত সুস্থ হৈছে ৬৭জন লোক।
  • সুস্থ হোৱা লোকৰ সংখ্যা ৰাজ্যত ২১২১৯৬জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, দেওবাৰে ৰাজ্যত মৃত্যু হয় ২জন লোকৰ।
  • বৰ্তমানলৈ অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫৪জনলৈ বৃদ্ধি পাইছে।

You May Also Like

More From Author