অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি , জকাই সত্ৰৰ সত্ৰাধিকাৰ , সত্ৰীয়া সংস্কৃতিৰ সাধক , প্ৰচাৰ প্ৰসাৰক সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ দেৱ গোস্বামীৰ বিয়োগত শোকত ভাগি পৰে সমগ্ৰ অসমবাসী। গুৱাহাটী টাইমছৰ ফালৰ পৰাও জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

You May Also Like

More From Author